Browsing Tag

politics

টিকট নিদিলে কংগ্ৰেছে , লুইত কুমাৰ বৰ্মনক ঘুৰাই লাগে ৫০ হাজাৰ টকা

গৌৰব গগৈক কঠোৰ সমালোচনাৰে ফেচবুক পোষ্ট বৰ্মনৰ কিছুদিন পূৰ্বে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰি দিছপুৰ সমষ্টিৰ পৰা টিকট বিচাৰিছিল ব্যৱসায়ী-সমাজ সচেতন যুৱক লুইত কুমাৰ বৰ্মনে। কিন্তু কংগ্ৰেছে টিকট নিদিলে বৰ্মনক। টিকট নাপায় অসন্তুষ্ট

হু ইজ হিমন্ত বিশ্ব শৰ্মা?

ৰাজু মহন্তৰ বিশেষ লেখা... অসমত এতিয়া বিধানসভা নিৰ্বাচনৰ বতৰ৷ শদিয়াৰ পৰা ধুবুৰীলৈ সৰ্বত্ৰতে কেৱল ৰাজনৈতিক আলোচনা৷ এনে নিৰ্বাচনকেন্দ্ৰিক ৰাজনৈতিক ধামখুমীয়াৰ মাজত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰশ্ন উত্থাপন কৰিলে– হু ইজ

GSTৰ সংস্কাৰ ,এয়া এক ঐতিহাসিক পদক্ষেপঃ মন্ত্ৰী পীযুষ হাজৰিকা

বুধবাৰে নতুন দিল্লীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত GST পৰিষদৰ বৈঠকে লোৱা সিদ্ধান্তক এক ঐতিহাসিক পদক্ষেপ আখ্যা দিছে মন্ত্ৰী পীযুষ হাজৰিকাই। বিত্তমন্ত্ৰী শ্ৰমতী সীতাৰমণৰ উদ্ধৃতিৰে মন্ত্ৰী হাজৰিকাই কয় যে, সংশোধিত

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষলৈ আহিছিল দুগৰাকী মহিলা…জালত পেলাবলৈ চেষ্টা কৰিছিল মুখ্যমন্ত্ৰীক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হৈছিল এক ভয়ংকৰ ষড়যন্ত। হানী ট্ৰেপিঙৰ জড়িয়তে জালত পেলাবলৈ চেষ্টা কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডঃ শৰ্মাক।সেয়া আছিল যোৱা ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়ৰ কথা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

শিৱসাগৰত ২০টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ হুংকাৰ! চিন্তন বৈঠকত গ্ৰহণ ১১ দফীয়া প্ৰস্তাৱ

ৰাজ্যৰ উজনিত বিশেষকৈ শিৱসাগৰ জিলাত কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত মিঞা খেদা অভিযান অব্যাহত থকাৰ সময়তে শুকুৰবাৰে জিলাখনত ২০ টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত হয় এক চিন্তন বৈঠক। দীৰ্ঘ সময়ৰ আলোচনাৰ অন্তত সৰ্বসন্মত

শৃংখল চলিহাক বিশ্ৰামৰ নিৰ্দেশ…দিয়া নাই,মই নিজেইহে লৈছো বিশ্ৰাম–শৃংখল

শুকুৰবাৰে হঠাত ৰাজহুৱা হৈ পৰা এখন নিৰ্দেশনা পত্ৰক লৈ এতিয়া চাঞ্চল্য ৰাজ্যজুৰি। পত্ৰখন, বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহালৈ প্ৰেৰণ কৰিছে সংগঠনটোৰ মুখ্য সচিব ৰণ্টু পানীফুকনে। সংগঠনৰ পেডত আনুষ্ঠানিকভাবে প্ৰেৰণ কৰা