তুষ্টিকৰণৰ ৰাজনীতিত অভ্যস্ত কংগ্ৰেছ…মন্দিৰত চাকি জ্বলোৱাত বাধা কংগ্ৰেছৰ-আদালতত দিয়া পত্ৰত স্বাক্ষৰ…
কংগ্ৰেছ আৰু মুছলমানৰ তু্ষ্টিকৰণ-দুয়োটাৰে যেন আজন্ম সম্পৰ্ক। ইন্দিৰা গান্ধীৰ দ্বাৰা ঘোষিত দেশৰ জৰুৰীকালীন অৱস্থাৰ পৰা আৰম্ভ কৰি শ্বাহ বানুৰ গোচৰৰ সময়ত ৰাজীৱ গান্ধীয়ে লোৱা পদক্ষেপ, ৰাম মন্দিৰৰ ৰায়দানৰ সময়ত কংগ্ৰেছৰ ভূমিকা আৰু অতি!-->!-->!-->…
বাল্যকালৰে পৰা ১ নম্বৰত আছিল হিমন্ত বিশ্ব শৰ্মা…
এখন বিশেষ ৰেজিষ্টাৰ ।১৯৭২ চনৰ পৰা সংৰক্ষিত হৈ আছে ৰেজিষ্টাৰখন। ৰেজিষ্টাৰখনৰ ৰোল নং ১ ত আছিল এজন বিশেষ ব্যক্তি ।যিগৰাকী ব্যক্তি আজি ৰাজ্যজুৰি জনপ্ৰিয় ।তেখেত আন কোনো নহয় ।তেখেত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মা।
যোৰহাট!-->!-->!-->!-->!-->…
নেশ্যনেল ট্ৰেণ্ডত জিলিকিছে জুবিন গাৰ্গৰ অন্তিমখন ছবি
"বাহুবলী"কো পিছ পেলালে " ৰৈ ৰৈ বিনালে" কথাছবিয়ে
মুক্তিৰ পূৰ্বেই অভিলেখ ৰচিলে ঈশ্বৰ পুত্ৰৰ সপোনৰ ছবিখনে
মাজত মাত্ৰ কেইটামান ঘন্টা, মুক্তিৰ ক্ষণ গণিছে অসমৰ জনগণে অধীৰ অপেক্ষা কৰি থকা জুবিন গাৰ্গৰ অন্তিমখন ছবিলৈ ।!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->…
নেপালত আচলতে কি হৈছিল?
নেপালদক্ষিণ এছিয়াৰ, মূলত হিমালয়ত অৱস্থিত এখন স্থল আৱেষ্ট ৰাষ্ট্ৰ নেপাল। ৮১.১৯ শতাংশ হিন্দু ধৰ্মাৱলম্বী লোকৰ বসতিৰে নেপাল এখন হিন্দু প্ৰধান ৰাষ্ট্ৰ। জনসংখ্যা আমাৰ অসমতকৈও কম। ২০২৪ ৰ জৰীপ মতে নেপালৰ জনসংখ্যা ২.৯৭ কোটি। আন বহু ৰাষ্ট্ৰত সাধাৰণ!-->…
শহুৰেকৰ লগত শুব লাগে…নুশুৱাৰ বাবেই…
অশ্লীল-লজ্জাজনক-এটা ঘটনা সংঘটিত হৈছে এইখন মহানগৰীতে। গুৱাহাটীৰ কাহিলীপাৰাত শহুৰেকৰ অশ্লীল প্ৰস্তাৱ মানি নোলোৱাৰ বাবেই গোটেই নিশা দুই সন্তানসহ ঘৰৰ বাহিৰত কটাব লগা হল এগৰাকী বিধৱা বোৱাৰীয়ে।
ঘটনা কাহিলীপাৰাৰ হিড়িম্বাপুৰৰ ।বৃহস্পতিবাৰৰ!-->!-->!-->…
GSTৰ সংস্কাৰ ,এয়া এক ঐতিহাসিক পদক্ষেপঃ মন্ত্ৰী পীযুষ হাজৰিকা
বুধবাৰে নতুন দিল্লীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত GST পৰিষদৰ বৈঠকে লোৱা সিদ্ধান্তক এক ঐতিহাসিক পদক্ষেপ আখ্যা দিছে মন্ত্ৰী পীযুষ হাজৰিকাই।
বিত্তমন্ত্ৰী শ্ৰমতী সীতাৰমণৰ উদ্ধৃতিৰে মন্ত্ৰী হাজৰিকাই কয় যে, সংশোধিত!-->!-->!-->!-->!-->…
সম্প্ৰীতিৰ শিৱসাগৰ,সম্প্ৰীতিৰ হৈ থাকিব…কি কি প্ৰস্তাৱ গ্ৰহণ নাগৰিক সভাৰ…
শিৱসাগৰ। ঐতিহাসিক আৰু সম্প্ৰীতিৰ থল এই শিৱসাগৰ। কিছু সংখ্যক মানুহে জাতি আৰু জাতিৰ মাজত, হিন্দু আৰু মুছলমানৰ লগত সংঘাত লগাবলৈ যদিও চেষ্টা কৰিছিল সেই চেষ্টা যে কোনো কাৰণত সফল নহয় সেয়া কালিৰ ঐতিহাসিক নাগৰিক সভাই প্ৰমাণ কৰি দিলে। এই!-->!-->!-->…
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষলৈ আহিছিল দুগৰাকী মহিলা…জালত পেলাবলৈ চেষ্টা কৰিছিল মুখ্যমন্ত্ৰীক
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হৈছিল এক ভয়ংকৰ ষড়যন্ত। হানী ট্ৰেপিঙৰ জড়িয়তে জালত পেলাবলৈ চেষ্টা কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডঃ শৰ্মাক।সেয়া আছিল যোৱা ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়ৰ কথা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ!-->!-->!-->!-->!-->…
শিৱসাগৰত ২০টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ হুংকাৰ! চিন্তন বৈঠকত গ্ৰহণ ১১ দফীয়া প্ৰস্তাৱ
ৰাজ্যৰ উজনিত বিশেষকৈ শিৱসাগৰ জিলাত কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত মিঞা খেদা অভিযান অব্যাহত থকাৰ সময়তে শুকুৰবাৰে জিলাখনত ২০ টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত হয় এক চিন্তন বৈঠক। দীৰ্ঘ সময়ৰ আলোচনাৰ অন্তত সৰ্বসন্মত!-->…
শৃংখল চলিহাক বিশ্ৰামৰ নিৰ্দেশ…দিয়া নাই,মই নিজেইহে লৈছো বিশ্ৰাম–শৃংখল
শুকুৰবাৰে হঠাত ৰাজহুৱা হৈ পৰা এখন নিৰ্দেশনা পত্ৰক লৈ এতিয়া চাঞ্চল্য ৰাজ্যজুৰি। পত্ৰখন, বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহালৈ প্ৰেৰণ কৰিছে সংগঠনটোৰ মুখ্য সচিব ৰণ্টু পানীফুকনে।
সংগঠনৰ পেডত আনুষ্ঠানিকভাবে প্ৰেৰণ কৰা!-->!-->!-->!-->!-->…