শিৱসাগৰত ২০টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ হুংকাৰ! চিন্তন বৈঠকত গ্ৰহণ ১১ দফীয়া প্ৰস্তাৱ

ৰাজ্যৰ উজনিত বিশেষকৈ শিৱসাগৰ জিলাত কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত মিঞা খেদা অভিযান অব্যাহত থকাৰ সময়তে শুকুৰবাৰে জিলাখনত ২০ টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত হয় এক চিন্তন বৈঠক। দীৰ্ঘ সময়ৰ আলোচনাৰ অন্তত সৰ্বসন্মত

শৃংখল চলিহাক বিশ্ৰামৰ নিৰ্দেশ…দিয়া নাই,মই নিজেইহে লৈছো বিশ্ৰাম–শৃংখল

শুকুৰবাৰে হঠাত ৰাজহুৱা হৈ পৰা এখন নিৰ্দেশনা পত্ৰক লৈ এতিয়া চাঞ্চল্য ৰাজ্যজুৰি। পত্ৰখন, বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহালৈ প্ৰেৰণ কৰিছে সংগঠনটোৰ মুখ্য সচিব ৰণ্টু পানীফুকনে। সংগঠনৰ পেডত আনুষ্ঠানিকভাবে প্ৰেৰণ কৰা

অসমৰ দৰ্শকক হাঁহিৰে মালামাল কৰি শেষ সপ্তাহত মালামাল বয়জ…

প্ৰাঞ্জল এ শৰ্মাৰ বিশেষ লেখা... স্বপ্নবিলাসী এজাক তজবজীয়া তৰুণৰ আৰম্ভ চিনেমা 'মালামাল বয়জ'। ইতিমধ্যেই ‘হোষ্টেল ৯’, ‘টেট মেডাম’, ‘জুনুকা’ আদি ইউটিউৱ চিৰিজ পৰিচালনা কৰি নিজৰ দক্ষতা প্ৰতিপন্ন কৰা ডেকা পৰিচালক মৃণাল ডেকাৰ কাহিনী

হোৰা-হোৰে কমিছে কেঁচা চাহপাতৰ মূল্য

ক্ৰমাত কেঁচা চাহপাতৰ মূল্য হ্ৰাস হোৱাত হাহাকাৰৰ সন্মুখীন হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকল। ২২/২৩ টকা দৰত প্ৰস্তুত হোৱা প্ৰতিকিলো কেঁচা চাহপাত আজি বিক্ৰী হৈছে মাত্ৰ ১৯ টকাত! চিন্তিত ক্ষুদ্ৰ চাহ খেতিয়কসকল। মূৰে-কপালে হাত দিছে কৃষকে।

প্ৰধানমন্ত্ৰী মোডীলৈ বিশেষ সন্মান অসমীয়া জীয়ৰী সংযুক্তা দত্তৰ…

সংয়ুক্তা দত্ত। নামটো নুশুনা মানুহ খুউব কমেইহে ওলাব। অসমীয়া জীয়ৰী সংযুক্তা দত্ত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ফেশ্বন ডিজাইনাৰ। অসমীয়াৰ ঐতিহ্য পাট-মুগাত থলুৱা "থীম" ব্যৱহাৰ কৰি পোছাক ডিজাইন কৰি ইতিপূৰ্বে বিশ্বজুৰি পৰিচিতি লাভ কৰিছে

৪৮ ঘন্টাৰ ভিতৰত মিঞাক উজনি অসম ত্যাগ কৰাৰ সকিয়নী…ক্ৰমাত তীব্ৰ ৰূপ ধাৰণ কৰিছে মিঞা খেদা আন্দোলনে…

দিন বাগৰাৰ লগে লগে উজনি অসম বিশেষকৈ শিৱসাগৰ জিলাত তীব্ৰ ৰূপ ধাৰণ কৰিছে মিঞা খেদা আন্দোলনে। বৃহস্পতিবাৰে চৰাইদেউ জিলাৰ সোণাৰী মহাবিদ্যালয়ৰ সমুখত টাইপাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী সভাত মিঞাৰ বিৰুদ্ধে জাঙুৰ খাই উঠে আটাছু, জাতীয়তাবাদী যুৱ