Browsing Tag

monkey

নেপালৰ নতুন আতংক-বান্দৰ!হাতত লাঠি-গুলতি লৈ বান্দৰ খেদিছে নেপালৰ গ্ৰামাঞ্চলৰ জনতাই…

বানপানী আৰু প্ৰাকৃতিক দুৰ্যোগৰ সৈতে যুঁজি থকা নেপালৰ গ্ৰামাঞ্চলত এইবাৰ আন এক আতংক। নেপালৰ এই নতুন আতংক হৈছে বান্দৰৰ উপদ্ৰৱ। জাক জাক বান্দৰৰ সমূহীয়া আক্ৰমণ আৰম্ভ হৈছে নেপালৰ বহু অঞ্চলত। বান্দৰৰ এই উপদ্ৰৱ অধিক ভয়াৱহ হৈ পৰিছে দেশখনৰ…