টিকট নিদিলে কংগ্ৰেছে , লুইত কুমাৰ বৰ্মনক ঘুৰাই লাগে ৫০ হাজাৰ টকা

গৌৰব গগৈক কঠোৰ সমালোচনাৰে ফেচবুক পোষ্ট বৰ্মনৰ কিছুদিন পূৰ্বে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰি দিছপুৰ সমষ্টিৰ পৰা টিকট বিচাৰিছিল ব্যৱসায়ী-সমাজ সচেতন যুৱক লুইত কুমাৰ বৰ্মনে। কিন্তু কংগ্ৰেছে টিকট নিদিলে বৰ্মনক। টিকট নাপায় অসন্তুষ্ট

ভাগিনক নিজৰ ঘড়ী খুলি দিলে মামাই, মুখ্যমন্ত্ৰীৰ এই ঘড়ীটোৰ দাম কিমান জানেনে?

নিৰ্বাচনৰ পূৰ্বে ৰাজ্যজুৰি বিজেপিয়ে আৰম্ভ কৰিছে জন-আৰ্শীবাদ যাত্ৰা।এই যাত্ৰাৰ দ্বাৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গৈ জনতাৰ পৰা আশীৰ্বাদ লৈছে বিজেপি নেতাসকলে। এই যাত্ৰাৰ নেতৃত্বত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শোণিতপুৰ জিলাৰ

ঘণ্টাত ৪০ কিলোমিটাৰ বেগত আহিব ধুমুহা-বৰষুণ! ৰাজ্যত বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমত কি হ’ব পৰিস্থিতি

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই দেশৰ বহুকেইখন ৰাজ্যত বৰষুণৰ আগজাননী আৰু সতৰ্কবাণী প্ৰদান কৰিছে। বিগত বৰ্ষত দেশৰ বহুকেইখন ৰাজ্যত অতিমাত্ৰা বৰষুণ হৈছিল। ২০২৬ চনতো প্ৰবল বৰষুণৰ সম্ভাৱনা আছে বুলি সদৰী কৰে বতৰ বিজ্ঞান বিভাগে। ভাৰতীয় বতৰ

প্ৰচণ্ড বিস্ফোৰণ, ইৰাণৰ আক্ৰমণৰ পাছতেই আবদ্ধ হৈ পৰিল ভাৰতীয় তাৰকা, ক্ৰমাৎ ভয়াৱহ হৈছে পৰিস্থিতি,…

ইৰাণৰ ওপৰত ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক আক্ৰমণে এতিয়া সমগ্ৰ বিশ্বকে জোঁকাৰি গৈছে। এই আক্ৰমণ-প্ৰত্যাক্ৰমণৰ পাছত সমগ্ৰ মধ্যপ্ৰাচ্যৰ দেশসমূহত উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে। প্ৰত্যুত্তৰত ইৰাণে সমগ্ৰ মধ্যপ্ৰাচ্যত ১০০ৰো অধিক

হু ইজ হিমন্ত বিশ্ব শৰ্মা?

ৰাজু মহন্তৰ বিশেষ লেখা... অসমত এতিয়া বিধানসভা নিৰ্বাচনৰ বতৰ৷ শদিয়াৰ পৰা ধুবুৰীলৈ সৰ্বত্ৰতে কেৱল ৰাজনৈতিক আলোচনা৷ এনে নিৰ্বাচনকেন্দ্ৰিক ৰাজনৈতিক ধামখুমীয়াৰ মাজত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰশ্ন উত্থাপন কৰিলে– হু ইজ

তুষ্টিকৰণৰ ৰাজনীতিত অভ্যস্ত কংগ্ৰেছ…মন্দিৰত চাকি জ্বলোৱাত বাধা কংগ্ৰেছৰ-আদালতত দিয়া পত্ৰত স্বাক্ষৰ…

কংগ্ৰেছ আৰু মুছলমানৰ তু্ষ্টিকৰণ-দুয়োটাৰে যেন আজন্ম সম্পৰ্ক। ইন্দিৰা গান্ধীৰ দ্বাৰা ঘোষিত দেশৰ জৰুৰীকালীন অৱস্থাৰ পৰা আৰম্ভ কৰি শ্বাহ বানুৰ গোচৰৰ সময়ত ৰাজীৱ গান্ধীয়ে লোৱা পদক্ষেপ, ৰাম মন্দিৰৰ ৰায়দানৰ সময়ত কংগ্ৰেছৰ ভূমিকা আৰু অতি

বাল্যকালৰে পৰা ১ নম্বৰত আছিল হিমন্ত বিশ্ব শৰ্মা…

এখন বিশেষ ৰেজিষ্টাৰ ।১৯৭২ চনৰ পৰা সংৰক্ষিত হৈ আছে ৰেজিষ্টাৰখন। ৰেজিষ্টাৰখনৰ ৰোল নং ১ ত আছিল এজন বিশেষ ব্যক্তি ।যিগৰাকী ব্যক্তি আজি ৰাজ্যজুৰি জনপ্ৰিয় ।তেখেত আন কোনো নহয় ।তেখেত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মা। যোৰহাট

নেশ্যনেল ট্ৰেণ্ডত জিলিকিছে জুবিন গাৰ্গৰ অন্তিমখন ছবি

"বাহুবলী"কো পিছ পেলালে " ৰৈ ৰৈ‌ বিনালে" কথাছবিয়ে মুক্তিৰ পূৰ্বেই অভিলেখ ৰচিলে ঈশ্বৰ পুত্ৰৰ সপোনৰ ছবিখনে মাজত মাত্ৰ কেইটামান ঘন্টা, মুক্তিৰ ক্ষণ গণিছে অসমৰ জনগণে অধীৰ অপেক্ষা কৰি থকা জুবিন গাৰ্গৰ অন্তিমখন ছবিলৈ ।

নেপালত আচলতে কি হৈছিল?

নেপালদক্ষিণ এছিয়াৰ, মূলত হিমালয়ত অৱস্থিত এখন স্থল আৱেষ্ট ৰাষ্ট্ৰ নেপাল। ৮১.১৯ শতাংশ হিন্দু ধৰ্মাৱলম্বী লোকৰ বসতিৰে নেপাল এখন হিন্দু প্ৰধান ৰাষ্ট্ৰ। জনসংখ্যা আমাৰ অসমতকৈও কম। ২০২৪ ৰ জৰীপ মতে নেপালৰ জনসংখ্যা ২.৯৭ কোটি। আন বহু ৰাষ্ট্ৰত সাধাৰণ

শহুৰেকৰ লগত শুব লাগে…নুশুৱাৰ বাবেই…

অশ্লীল-লজ্জাজনক-এটা ঘটনা সংঘটিত হৈছে এইখন মহানগৰীতে। গুৱাহাটীৰ কাহিলীপাৰাত শহুৰেকৰ অশ্লীল প্ৰস্তাৱ মানি নোলোৱাৰ বাবেই গোটেই নিশা দুই সন্তানসহ ঘৰৰ বাহিৰত কটাব লগা হল এগৰাকী বিধৱা বোৱাৰীয়ে। ঘটনা কাহিলীপাৰাৰ হিড়িম্বাপুৰৰ ।বৃহস্পতিবাৰৰ