অসমৰ দৰ্শকক হাঁহিৰে মালামাল কৰি শেষ সপ্তাহত মালামাল বয়জ…
প্ৰাঞ্জল এ শৰ্মাৰ বিশেষ লেখা...
স্বপ্নবিলাসী এজাক তজবজীয়া তৰুণৰ আৰম্ভ চিনেমা 'মালামাল বয়জ'। ইতিমধ্যেই ‘হোষ্টেল ৯’, ‘টেট মেডাম’, ‘জুনুকা’ আদি ইউটিউৱ চিৰিজ পৰিচালনা কৰি নিজৰ দক্ষতা প্ৰতিপন্ন কৰা ডেকা পৰিচালক মৃণাল ডেকাৰ কাহিনী!-->!-->!-->!-->!-->!-->!-->!-->!-->…
হোৰা-হোৰে কমিছে কেঁচা চাহপাতৰ মূল্য
ক্ৰমাত কেঁচা চাহপাতৰ মূল্য হ্ৰাস হোৱাত হাহাকাৰৰ সন্মুখীন হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকল। ২২/২৩ টকা দৰত প্ৰস্তুত হোৱা প্ৰতিকিলো কেঁচা চাহপাত আজি বিক্ৰী হৈছে মাত্ৰ ১৯ টকাত!
চিন্তিত ক্ষুদ্ৰ চাহ খেতিয়কসকল। মূৰে-কপালে হাত দিছে কৃষকে।!-->!-->!-->!-->!-->!-->!-->…
প্ৰধানমন্ত্ৰী মোডীলৈ বিশেষ সন্মান অসমীয়া জীয়ৰী সংযুক্তা দত্তৰ…
সংয়ুক্তা দত্ত। নামটো নুশুনা মানুহ খুউব কমেইহে ওলাব। অসমীয়া জীয়ৰী সংযুক্তা দত্ত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ফেশ্বন ডিজাইনাৰ। অসমীয়াৰ ঐতিহ্য পাট-মুগাত থলুৱা "থীম" ব্যৱহাৰ কৰি পোছাক ডিজাইন কৰি ইতিপূৰ্বে বিশ্বজুৰি পৰিচিতি লাভ কৰিছে!-->!-->!-->…
৪৮ ঘন্টাৰ ভিতৰত মিঞাক উজনি অসম ত্যাগ কৰাৰ সকিয়নী…ক্ৰমাত তীব্ৰ ৰূপ ধাৰণ কৰিছে মিঞা খেদা আন্দোলনে…
দিন বাগৰাৰ লগে লগে উজনি অসম বিশেষকৈ শিৱসাগৰ জিলাত তীব্ৰ ৰূপ ধাৰণ কৰিছে মিঞা খেদা আন্দোলনে। বৃহস্পতিবাৰে চৰাইদেউ জিলাৰ সোণাৰী মহাবিদ্যালয়ৰ সমুখত টাইপাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী সভাত মিঞাৰ বিৰুদ্ধে জাঙুৰ খাই উঠে আটাছু, জাতীয়তাবাদী যুৱ!-->!-->!-->…